← ফুৰি যাওক

টোপা

ṭopā

অৰ্থ

1.

পনীয়া বস্ত্তৰ বিন্দু বা কণা; পনীয়া বস্ত্তৰ অলপমান

a drop; a small quantity of liquid

বি.

2.

সৰু বা ভাল বস্ত্ত বুজাবলৈ "-টুপি" হয়।

বি.

3.

বৰশীত টোপ সি পানীত পেলা; বৰশী বা

to let down into water, as a baited hook

সক. ধা.

4.

আশা দি দি কাল নিয়া

to take time by holding out hope; to let (one) wait in expectation

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টোপা · অসমীয়া অভিধান