← ফুৰি যাওক

টোপলি

ṭopali

অৰ্থ

1.

বৰশীৰ টোপ; টোপনি; যেনে-"ঠেং তলে ৰৌ যায়, মিটালৈ টোপলি বায়"।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টোপলি · অসমীয়া অভিধান