কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এন্ধাৰিen.dha.riMaterial Noun
চৰু, মাটিৰ কলহ আদি বহুৱাই থ’বলৈ ঘূৰণীয়াকৈ বন্ধা খেৰৰ জুমুধি
a coil made of straw for supporting the bottom of an earthen pot
- এনয়enaẏaAdjective
এনেকুবা; যেনে-"এনয় জ্ঞানীৰ কৰ্ম্ম কৰিত নালাগে" (ক. গী.)।
- এপখাল পৰাepakhāla, parāAdjective
এবাৰ ধোবা অৰ্থাৎ এবাৰ পিন্ধি ধুবলগীয়া হোবা; অলপ পুৰণি (কাপোৰ আদিত)
not perfectly new; once or little used
- এপগীয়াe.po.gi.yaProper Adj.
একেখন টেবুলতে খোৱা-বোৱা কৰা ৷
eating together at the same table.
- এপতাepatāAdjective
ভৰি অৰ্থাৎ সৰু গাঁঠিৰ তলৰ ভাগ তল যোবা দ
as deep as the height of the foot
- এপতীয়াepatīẏāAdjective
খালি; খালি এপতা থকা; এখনীয়া (দুবাৰ আদি)
having only one leaf
- এপলীয়াepalīẏāAdjective
দিনটোত এবাৰ মাথোন কাম কৰিব লগা; এপাল খাটিব লগা
having only one turn to serve
- এপল’e.po.lo``Proper Noun
প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলৰ আৰাধ্য দেৱতা৷
an oracular God worshiped in both ancient Greek and Roman religion.
- এপষেকepo.xekCommon Noun
১৪ দিন বা দুসপ্তাহ জোৰা সময়
A period of 14 days; two weeks.
- এপাহepāhaNoun
আপাহ।
- এপাহ মাৰ্
বেয়া বস্ত্ত দি বা বেয়াকৈ কাম কৰি ছলনা কৰ্ বা ফাঁকি দি; কৰিব লগীয়া কাম ভালকৈ নকৰি ভাণ্ডুনা কৰ্
to deceive by giving a wrong or inferior thing or doing anything indifferently
- এপিটাফe.pi.taphAbstract Noun
মৃতকৰ সন্মানাৰ্থে কবৰৰ ফলকত লেখা সৰু বাক্য৷
A short text honoring a deceased person. Strictly speaking, it refers to text that is inscribed on a tombstone or plaque, but it may also be used in a figurative sense.
- এপিঠীয়াepiṭhīẏāAdjective
এফালত থকা; এফালৰ
pertaining to one side
- এপোৱাe.po`.waProper Adj.
এসেৰৰ চাৰিভাগৰ এভাগ, ১ কিলোগ্ৰামৰ চাৰিভাগৰ এভাগ,
1/4 th of a kilogram
- এপ্লাইটNoun
এপ্লাইট
এপ্লাইট
- এপ্লিকেচনep.li.ke.sonAbstract Noun
এটা বিশেষ কাৰণ আৰু এটা বিশেষ কাৰ্য্য পৰিৱেশন কৰিবলে একত্ৰিত কৰা কমপিউটাৰ প্ৰগ্ৰামসমূহৰ এটা সংহতি৷
A set of computer programs assembled together for a special purpose and to perform a specific function.
- এপ্লেছিয়াNoun
এপ্লেছিয়া
এপ্লেছিয়া
- এপ্ৰনMaterial Noun
Loose covering for the front part of the body so that clothing does not get dirty while cooking or doing lab work.
- এপ্ৰিকটe.pri.kotCommon Noun
A fruit or the tree that bears the fruit, of several species in the genus Prunus.
- এপ্ৰিলeprilaNoun
ইংৰাজী চতুৰ্থ মাহৰ নাম
April