এপিঠীয়া
epiṭhīẏā
অৰ্থ
1.
এফালত থকা; এফালৰ
pertaining to one side
বিণ.
2.
এপিঠিত লিখা (কাকত)
written on one side
বিণ.
3.
এটা কামৰ ফালে পিঠি দিয়া; এফালৰ কাম শেষ কৰি আজৰি হৈ আন এটা কাম ধৰিব পৰা হোবা; এদনীয়া
to be free to be engaged in a business after having finished another; unoccupied
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ