← ফুৰি যাওক

এনয়

enaẏa

অৰ্থ

1.

এনেকুবা; যেনে-"এনয় জ্ঞানীৰ কৰ্ম্ম কৰিত নালাগে" (ক. গী.)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এনয় · অসমীয়া অভিধান