কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যতকyatakaAdjective
যিমান; যি পৰিমাণ
as much as; as many as
- যতকীয়াyatakīẏāAdjective
যৌতুকত দিয়া; যেনে-"ডিচৈৰ নামে সৰুচৰাই হাবিত মনাইমাজি গাঁবত খাত পতালে, তাত যতকীয়া মগলুবোৰ খৈছিল" (বুৰঞ্জী)
forming the part of the dowry of a princess
- যতনyatanaNoun
যত্ন; চেষ্টা; উদ্যোগ; কাৰবাৰ
exertion; effort; endeavour
- যতনাyatanāTransitive verb
যুগুত কৰ্; সাজু কৰ্; প্ৰস্ত্তত কৰ্
to make ready; to prepare
- যতনোyatanoAdverb
যিমান হে; অধিক পৰিমাণে; যেনে-"সি যতনো গালিখন পাৰিলে"
excessively
- যতাyatāTransitive verb
যুগুত কৰ্; সাজু কৰ্; প্ৰস্ত্তত কৰ্
to make ready; to prepare
- যতা কথঞ্চিতৰূপেAdverb
যি কোনো প্ৰকাৰে
somehow
- যতা খিয় সদাশিব
একো নকৰাকৈ বহি থকা মানুহ; উদ্যোগহীন মানুহ
an inactive or slothful man
- যতিyatiNoun
পঢ়াৰ মাজত ৰ'বলৈ দিয়া চিন
a mark of punctuation
- যতি-চিহ্নAbstract Noun
লিখিত ভাষাত ব্যৱহাৰ হোৱা চিহ্নসমূহ যি পঢ়াৰ গত বা ধং নিৰ্ধাৰণ কৰাত সহায় কৰে
Certain conventional marks or characters in writing or printing in order to separate elements and make the meaning clear, as in ending a sentence or separating clauses.
- যতীyatīNoun
ইন্দ্ৰিয় দমন কৰা জ্ঞানী মানুহ; মুনি; সন্ন্যাসী
a sage
- যতীনCommon Noun
মুনি শ্ৰেষ্ঠ
the superior saint
- যতীন্দ্ৰCommon Noun
শ্ৰেষ্ঠ মুনি
the superior saint
- যতেকyatekaAdjective
যিমান; যি পৰিমাণ
as much as; as many as
- যত্নyatnaNoun
চেষ্টা; উদ্যোগ; পৰিশ্ৰম; কাৰবাৰ
effort; exertion
- যত্ন কৰ্jot.no korVerb-Trans.
কিবা অৰ্জন কৰা বা পোৱাৰ বাবে কোনো কাম কৰা
to do sth to obtain or achieve sth.
- যত্ন-সহকাৰেjot.no-xo.ho.ka.reAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- যত্নপূৰ্বকAdverb
যত্নেৰে; মনোযোগ দি; সাবধানে
with exertion; carefully; attentively
- যত্নপূৰ্ব্বকAdverb
যত্নেৰে; মনোযোগ দি; সাবধানে
with exertion; carefully; attentively
- যত্নপৰjot.no.porProper Adj.
অতি সাৱধান বা যত্ন লৈ কৰা৷
possessing carefulness. extremely careful and precise.