← ফুৰি যাওক

যতন

yatana

অৰ্থ

1.

যত্ন; চেষ্টা; উদ্যোগ; কাৰবাৰ

exertion; effort; endeavour

বি.

2.

প্ৰস্ত্তত; যুগুত, সাজু

ready; prepared

বিণ.

3.

কোনো কাৰ্য্য উজুৰূপে আৰু সহজে কৰিবলৈ কৰা যন্ত্ৰ সঁজুলি; কল

an apparatus; a machine or contrivance

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যতন · অসমীয়া অভিধান