← ফুৰি যাওক

যত্ন

yatna

অৰ্থ

1.

চেষ্টা; উদ্যোগ; পৰিশ্ৰম; কাৰবাৰ

effort; exertion

বি.

2.

তত্ত্বাবধান; শুশ্ৰুষা

attendance; care

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ