কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নখমণি
"নখচন্দ্ৰ" চোবাঁ। যেনে-"নখমণি প্ৰকাশে দেখিতে মনোৰম"। (মা., আদিকাণ্ড)।
- নখাণ্ডাno.khan.daProper Noun
ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river.
- নখীAdjective
নখ বা হাতোৰা থকা (বাঘ আদি)
having sharp claws or nails
- নখৰnakharaAdjective
নখযুক্ত।
- নগnagaNoun
লৰি-চৰি নুফুৰা বস্ত্ত; পৰ্ব্বত, বৱক্ষ আদি
the motionless things of creation, e.g., a mountain, a tree
- নগণ্যnagaṇyaAdjective
তুচ্ছ; সামান্য
worthless; contemptible
- নগণ্য লোকno.go.nyo lo`kCommon Noun
তাৎপৰ্যহীন, অগুৰুত্বপূৰ্ণ মানুহ৷
insignificant person.
- নগদnagadaNoun
সঁচি-ধন; ৰূপ, সোণ, তাম আদিৰ চলি থকা মোহৰ
cash; specie; ready money
- নগধৰno.go.dhoProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- নগন্যno.go.nyoProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- নগপতিno.go.po.tiProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- নগমেnagameAdverb
একেবাৰে উপায় নথকাকৈ
wholly; irretrievably
- নগাnagāNoun
প্ৰধানকৈ নগাভূমিত, তদুপৰি অৰুণাচলৰ টিৰাপ জিলা আৰু মণিপুৰত বাস কৰা এবিধ জনজাতি
a group of tribes inhabiting the Nagaland, the Tirap District of Arunachal and Manipur
- নগা আলিno.ga aliProper Noun
চুক্লেংমুং (১৫৩৯-১৫৫২) ৰজা হয়৷ ৰজা হৈ এওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনে৷ এইজন ৰজাই গড়গাঁও পুখুৰী খন্দায় আৰু নগা আলি বন্ধোৱাই৷
A road in Sibsagar, built by by Ahom king in 1539 to 1552.
- নগা কটকীno.ga ko.to.kiCommon Noun
নগাখাটত নিযুক্ত আহোম বিষয়াক নগা কটকী বুলিছিল৷ ৰজা গদাধৰ সিংহই, অসম-নাগালেণ্ড সীমান্তত কিছুমান ঠাই নগাসকলৰ বাবে মুকলি কৰি দিছিল৷ এইবোৰক নগাখাট বোলে নগাখাটবোৰ পৰিচালনা কৰিছিল অসমীয়া বিষয়া, নগা কটকীয়ে৷
The Ahom officer placed in Nagakhat was known as Naga Kataki. In Assam Nagaland border, some places were alloted to Nagas for marketing, fishing etc. These places were known as Nagakhat.
- নগা ঘাঁno.ga gha~Common Noun
পুৰণি নুশুকোৱা ঘাঁ৷
unhealed wound.
- নগা চেংno.ga sengCommon Noun
a newly discovered (2000) freshwater fish of channa family distinguished by bright orange blotches on their fins and found only in Dibrugarh of the Brahmaputra basin
- নগা চেঙাno.ga se.ngaCommon Noun
a newly discovered (2000) freshwater fish of channa family distinguished by bright orange blotches on their fins and found only in Dibrugarh of the Brahmaputra basin
- নগা জলকীয়াno.ga jo.lo.ki.yaProper Noun
<font size= "4">২০০৭ চনৰ ফেব্ৰুৱাৰি মাহত বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে "গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ''-ত ভোট-জলকীয়া বা বিহ-জলকীয়াই স্থান লাভ কৰিছে ৷ ইয়াৰ জলাৰ মাত্ৰা হ'ল 'স্ক'ভাইল হিট ইউনিট' (SHU)-ৰ মতে ১,০০১,৩০৪ ৷ ভোট-জলকীয়া বা বিহ-জলকীয়াৰ বৈজ্ঞানিক নাম হৈছে Capsicum chinense ৷ ই সাধাৰণতে উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসম, নগালেণ্ড আৰু মণিপুৰত উৎপন্ন হোৱা এই জলকীয়াবিধক জলকীয়াৰ ৰজা বোলা হয় ৷</font>
The hottest chilli variety in India recently, (2007 Feb) the Bhut or Bih Jolokia chili pepper was officially recorded in the Guiness Book of World Records as Worlds Hottest Pepper lab tested at 1,001,304 Scoville Heat Units., botanically known as Capsicum chinense jacquin, is extensively grown in the northeastern region of India that it was known as "the king of chilies", predominantly in the states of Assam, Nagaland and Manipur.Eventhough the English translation of the Assamese word 'Bhot' is wrongly ascribed in the media as 'ghost' making it popular as the 'ghost chilli'. However, in reality the 'Bhot' in this case refers to Tibetan or Bhutanese.
- নগা টেঙাno.ga te.ngaCommon Noun
এবিধ টেঙা ফল৷
fruits of Rhus chinensis. It is a deciduous Tree growing to 6 m (19ft 8in). It is hardy to zone (UK) 8 and is frost tender. It is in flower in August, and the seeds ripen in October.