← ফুৰি যাওক

নগদ

nagada

অৰ্থ

1.

সঁচি-ধন; ৰূপ, সোণ, তাম আদিৰ চলি থকা মোহৰ

cash; specie; ready money

বি.

2.

হাততে দিয়া বস্ত্তৰ ৰেচ; বাকী নৰখাকৈ দিয়া দান

cash payment

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ