← ফুৰি যাওক

নগা আলি

no.ga ali

অৰ্থ

1.

চুক্লেংমুং (১৫৩৯-১৫৫২) ৰজা হয়৷ ৰজা হৈ এওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনে৷ এইজন ৰজাই গড়গাঁও পুখুৰী খন্দায় আৰু নগা আলি বন্ধোৱাই৷

A road in Sibsagar, built by by Ahom king in 1539 to 1552.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নগা আলি · অসমীয়া অভিধান