কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টঙ্কাৰṭaṅkāraNoun
ধেনুৰ জোৰ টানি এৰি দিলে হোবা শব্দ
the twang of a bow-string
- টঙ্কাৰোঁতাFeminine
টঙ্কাৰঁতী।
- টঙ্কাৰ্Transitive verb
ধেনুৰ জোৰ টানি আকৌ এৰি দি শব্দ তোল্; . কৱদ
to twang
- টঙ্ক্ṭaṅkNoun
ডাবি দি; ডাঙৰ মাতেৰে প্ৰকাশ কৰ্; যেনে -"কিসক গৈলাহা বুলি বিস্তৰ টঙ্কিলা" (ভীম-চৰিত্ৰ)
to reproach angrilly; to chide with anger
- টঙ্গালিto.nga.liMaterial Noun
কঁকালত বন্ধা এবিধ দীঘল কাপোৰ|
A cloth worn about the waist.
- টটঙাṭaṭaṅāAdjective
পানী শুকাই তলি ওলোবা (পুখুৰী আদি)
dried up (as a tank)
- টটঙা পৰ্, টটঙা লাগ্
পানী শুকাই তলি ওলা; শুকাই যা
to be dried up
- টটাটিঙাṭaṭāṭiṅāAdjective
দন্দুৰা; দুষ্ট
quarrelsome; wicked
- টটাটিঙ্গাto.ta.ting.gaProper Adj.
যি উৎপাত কৰি থাকে৷
badly behaved (used esp. in speaking to or about children)
- টটাৰিṭaṭāriAdjective
কটকিনা; কৱপণ
miserly; stingy
- টটিṭaṭiNoun
অমিল; দন্দ; বিৰোধ
hostility; ill-feeling
- টটৰীয়াṭaṭarīẏāAdjective
জোল শুকাই নিৰস হোবা; টেৰটেৰীয়া (আঞ্জা)
dry as curry in cooking
- টনকিয়ালṭanakiẏālaAdjective
শ্ৰম কৰিব পৰা; টনটনীয়া
painstaking; hardworking
- টনকীয়ালto.no.ki.yalProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- টনচিলton.silAbstract Noun
One of the two small lumps of tissue at the back of the throat
- টনটনীয়াton.to.niaProper Adj.
নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।
Fixed or fastened firmly in place; just smaller than the required size.
- টনহ টনহ কৰ্
শৰীৰৰ ভিতৰৰ সিৰত অতিৰিক্ত পীড়া পা
to feel excruciating pain in a vein within the body
- টনহ্ṭanahIntransitive verb
জোৰাত দুখ পা; হাড়ৰ জোৰা লৰ্
to be sprained as a joint
- টনাṭanāTransitive verb
আনৰ হতুবাই বল দি ফিন্দাবলৈ দি
to cause to be pulled tight
- টনা-আঁজোৰাto.na-a.jo’~.raAbstract Noun
কোনো বস্তুক লৈ দুটা দলৰ মাজত হোৱা কাজিয়া
a situation of conflict between two groups or people