← ফুৰি যাওক

টনা

ṭanā

অৰ্থ

1.

আনৰ হতুবাই বল দি ফিন্দাবলৈ দি

to cause to be pulled tight

সক. ধা.

2.

দুই মূৰ মোনাৰ দৰে সিয়া এৰীয়া গামোছা; যেনে-"জাপি, লাঠি, তিয়নি টনা, ইয়াক নহ'লে দিনতে কণা"

a narrow piece of cloth each end of which is sewed into a bag

বি.

3.

কঁকালত পিন্ধা নিচেই ঠেক কাপোৰ; কৌপীন

a narrow loin-cloth

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টনা · অসমীয়া অভিধান