টনহ্
ṭanah
অৰ্থ
1.
জোৰাত দুখ পা; হাড়ৰ জোৰা লৰ্
to be sprained as a joint
অক. ধা.
2.
নকটা-নফলাকৈয়ে কোনো আঘাত বা চেপা খাই ভিতৰৰ কোনো অংশ ভাগ্ বা ফাট্; যেনে-"গছডাল মাটিত পৰোঁতে টনহিলে"
to have the inner part cracked or bruised
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ