কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঊ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঊৰ-বান্ধ দি
পেটৰ নাড়ী পকাই ওপৰলৈ উঠি অহা যেন বোধ হ।
- ঊৰতūrataNoun
কৰঙণ
the thigh
- ঊৰতীয়াAdjective
একবৰণীয়া; কৰঙণলৈকে ছোবা
reaching the thigh
- ঊৰুūruNoun
আঁঠুৰ ওপৰ ভাদ; কৰঙণ
the thigh
- ঊৰুমিūrumiNoun
কোৰ্হাল; দন্দৰ হাই
noise caused by a quarrel
- ঊৰ্ণনাভūrṇanābhaNoun
মকৰা
spider
- ঊৰ্ণাūrṇāNoun
জন্ত্তৰ লোম; পছম
wool
- ঊৰ্দ্ধūrddhaNoun
ওপৰ; ওপৰ দিশ
the skyward direction; the above
- ঊৰ্দ্ধগতি
আৰোহণ; ওপৰলৈ উঠা; ঊৰ্দ্ধলে গমন; উঠন
rising upwards; ascent
- ঊৰ্দ্ধগামীAdjective
ওপৰলৈ গমন কৰা; ওপৰলৈ উঠা
ascending; going upwards
- ঊৰ্দ্ধপুণ্ডurd.dho.pun.doAbstract Noun
চেলাউৰিৰ মাজৰ পৰা ওপৰলৈ লোৱা দীঘলীয়া ৰেখা৷
a long vertical mark drawn by the Hindus on the forehead.
- ঊৰ্দ্ধপুৰুষ
উপৰি পুৰুষ; পূৰ্ব্বপুৰুষ
an ancestor
- ঊৰ্দ্ধবাহুAdjective
ওপৰলৈ হাত দঙা
raising the arms upwards
- ঊৰ্দ্ধবৱত্তি
ওপৰ ফালে যোবা; যেনে-"অপানত ঊৰ্দ্ধবৱত্তি প্ৰাণক হোম কৰে" (ক. গী.)।
- ঊৰ্দ্ধলোকūrddhalokaNoun
স্বৰ্গ; পিতৱৰ আত্মা আৰু দেবতা থকা ঠাই
paradise; the higher sphere
- ঊৰ্দ্ধশ্বাসNoun
ঊদ্ফাই; ঘুমুৰ ৰোগ; শ্বাসৰোগ
asthma
- ঊৰ্দ্ধস্হAdverb; Adjective
ওপৰত স্হিতি হোবা; ওপৰত থকা
placed on high
- ঊৰ্দ্ধৰেতাūrddharetāNoun
কাম ৰিপু একেবাৰে দমাই ৰাখোঁতা; জিতেন্দ্ৰিয় (ভীষ্ম, মহাদেব, সনক আদি ঋষিসকল)
wholly subduing the passion for a woman
- ঊৰ্ধপুণ্ডur.dho.pun.doAbstract Noun
চেলাউৰিৰ মাজৰ পৰা ওপৰলৈ লোৱা দীঘলীয়া ৰেখা৷
a long vertical mark drawn by the Hindus on the forehead.
- ঊৰ্ধভংগAbstract Noun
শিলাস্তৰৰ ধেনুভিৰীয়া ভাঁজ
an arch-shaped fold in layers of rock.