← ফুৰি যাওক

ঊৰ্দ্ধবাহু

অৰ্থ

1.

ওপৰলৈ হাত দঙা

raising the arms upwards

বিণ.

2.

কোনো কাম কৰিবলৈ প্ৰস্ত্তত বা হাত দাঙি থকা

eagerly ready to do any work

বিণ.

3.

ওপৰলৈ সদায় হাত দাঙি থকা একশ্ৰেণী সন্ন্যাসী

a sect of ascetics who continuously hold up an arm or arms as a sign of devotion

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঊৰ্দ্ধবাহু · অসমীয়া অভিধান