← ফুৰি যাওক

ঊৰুমি

ūrumi

অৰ্থ

1.

কোৰ্হাল; দন্দৰ হাই

noise caused by a quarrel

বি.

2.

অস্হিৰ গুণ; উত্তেজনা (কাম, ক্ৰোধ আদিৰ); যেনে-"উৰুমি-ৰহিত শান্তমতি অতিশয়। কদাচিতো সাধু সদাচাৰ নলঙ্ঘয়" (ৰত্নাবলী)

the quality of being agitated or excited

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ