কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰাই-শালrai-xalMaterial Noun
নামঘৰত ধৰ্মীয় পুথি ৰখা কাঠৰ এখন আসন৷ ইয়াক জপাব আৰু মেলিব পাৰি৷
a wooden stand on which religious manuscripts and other books are placed.
- ৰাই-ৰুইrāi-ruiNoun
অতি সামান্য শব্দ
slight noise or sound
- ৰাইকহrai.kohCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- ৰাইকিশোৰীrai.ki.xo`.riProper Noun
কৃষ্ণৰ এজনী অতি প্ৰিয় গোপীৰ নাম৷
Radha is name of a cowherdess (a gopi) who is Krishna's supreme beloved.
- ৰাইজrāijaNoun
ৰাজ্য; দেশ
a country
- ৰাইজ উঠ্, ৰাইজ হrāija, uṭh, rāija, ha
বিদ্ৰোহ কৰিবলৈ ৰাইজ গোট খা
to combine, as the public in a spirit of revolt
- ৰাইজ-ঢাক দিrāija-ḍhāka, di
বহুত লোক একত্ৰ হৈ আহ্; যেনে-"বিয়াত বামুণ ৰাইজ-ঢাক দি আহিছে"
to come in a huge number
- ৰাইজ-মেলraij melAbstract Noun
কোনো এক সামূহিক উদ্দেশ্য আগত ৰাখি একেলগ হোৱা মানুহৰ সমাৱেশ ৷
A group of persons gathered together for a common reason, as for a legislative, religious, educational, or social purpose.
- ৰাইজাই কৰ্rai.jai korVerb-Intran.
আবেগ বা অনুভূতি জগাই তোলা
to arouse or stir up the emotions or feelings
- ৰাইজ’মrai.jo``mProper Noun
আদা আদি কিছুমান গছৰ ঠিক মাটিৰ তলতে থকা কাণ্ড, যিহৰ পৰা নতুন শিপা ওলায় ।
A horizontal plant stem with shoots above and roots below serving as a reproductive structure.
- ৰাইডঙীয়াAdjective
ৰাইডাঙৰ নিচিনা; ৰাইডঙীয়াৰ বা ৰাইডঙীয়াই তৈয়াৰ কৰা।
- ৰাইডঙীয়া জাপিNoun
কাপোৰৰ বন কৰা মিহি কাঠীৰে সজা এবিধ উত্তম জাপি
a jāpi of superior quality
- ৰাইডাংrāiḍāmNoun
এবিধ বৰ ডাঙৰ জাতিৰ বেঁত [তাৰে লাখুটি কৰা হয়; তাৰ গছৰ গাজ বা কোমল ঠোৰ ভাজি খায়; সি যেঁতৰ দৰে তিতা নহয়।]
the rattan; calamus fasciculatus
- ৰাইনrainProper Noun
পশ্চিম ইউৰোপৰ গুৰুত্বপূৰ্ণ নদী৷ আল্পচ পৰ্বতৰ পৰা ওলাই নেডাৰলেণ্ডৰ ওচৰত সাগৰত পৰিছে৷
The Rhine is a European river that begins in the Swiss canton of Graubünden in the southeastern Swiss Alps, forms part of the Franco-German border, then flows through Germany and eventually empties into the North Sea in the Netherlands. It is the twelfth longest river in Europe, at about 1,233 km (766 mi), with an average discharge 2,200 m3/s (78,000 cu ft/s).
- ৰাইফলrai.folMaterial Noun
এক বিশেষ ধৰনৰ অত্যাধুনিক মাৰনাস্ত্ৰ বা বন্দুক |
A gun, the inside of whose barrel is grooved with spiral channels, thus giving the ball a rotary motion and insuring greater accuracy of fire. As a military firearm it has superseded the musket.
- ৰাইভঙীয়াrāibhaṅīẏāNoun
আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম [এই খেলৰ মানুহৰ ঘাই কাম আছিল ৰজাৰ লগত ৰাইডাঙৰ লাখুটি ধৰি যোবা আৰু ডাঙৰ লোকে ব্যবহাৰ কৰা এবিধ উত্তম জাপি সজা।]
the name of a class of people of the Āhom Rājā's time whose principal duty was to accompany the king, as body-guards, with thick clubs in hand and make jālpis of a superior order
- ৰাইলাrāilāAdjective
লোকৰ ভাল দেখি মনত ৰোহ কৰা; খিয়লীয়া; চকু- পোৰা
envious
- ৰাঈrāīNoun
ৰাধাদেবী
Rādhā, consort of Krsna
- ৰাউচিrāuciNoun
উচ্চ শব্দ; ডাঙৰ আটাহ; কান্দোনৰ চিয়ঁৰ
a loud scream; a loud noise
- ৰাউচি জোৰ্rau.si jo`rVerb-Intran.
ডাঙৰকৈ শব্দ কৰি কান্দ্
to cry loudly