← ফুৰি যাওক

ৰাইজ-ঢাক দি

rāija-ḍhāka, di

অৰ্থ

1.

বহুত লোক একত্ৰ হৈ আহ্; যেনে-"বিয়াত বামুণ ৰাইজ-ঢাক দি আহিছে"

to come in a huge number

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰাইজ-ঢাক দি · অসমীয়া অভিধান