← ফুৰি যাওক

ৰাইলা

rāilā

অৰ্থ

1.

লোকৰ ভাল দেখি মনত ৰোহ কৰা; খিয়লীয়া; চকু- পোৰা

envious

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰাইলা · অসমীয়া অভিধান