কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাগীdāgīNoun
অনেকবাৰ আগেয়ে অপৰাধ কৰি কলঙ্ক বা শাস্তি পোবা মানুহ
a man with previọus convictions
- দাঙনdāṅanaNoun
দঙা কাৰ্য্য; ওপৰলৈ তোলা কাৰ্য্য; . কৱদ
the act of raising
- দাঙোতা
ওপৰলৈ তোলোঁতা; যি পুৰুষে দাঙে বা তোলে
a man who raises
- দাঙৰিMaterial Noun
ধানৰ কেইবাথৰো মুঠি একেলগে কৰি বন্ধা ডাঙৰ মুঠা ৷
a large bundle of paddy sheaf.
- দাঠি কVerb-Trans.
স্পষ্টকৈ বা জোৰ দি ক বা ঘোষণা কৰ্।
To declare or state clearly.
- দাণ্ডিdāṇḍiNoun
তুলাচনী বা পাল্লাৰ ডাঁৰ
a horizontal beam of a measuring balance
- দাতব্যdātabyaAdjective
দিবৰ যোগ্য
fit to be given
- দাতাdātāNoun
দান কৰোঁতা; দান দিয়া মানুহ
a donor; a giver
- দাতাকৰ্ণdātākarṇaNoun
মহাদানী কৰ্ণবীৰ [তেওঁ নিজৰ পুতেকক কাটি লোকক খাবলৈ দিছিল।]
the most munificent hero Karna
- দাত্ৰda.troMaterial Noun
মুখত দাঁৰ থকা ধান দোৱা, খেৰ আদি কটা কটাৰী৷
A hand-held agricultural tool with a curved blade typically used for harvesting grain crop or cutting grass for hay.
- দাথাCommon Noun
মৰিচা শাক
a type of green leafy vegetable
- দাদdādaNoun
প্ৰতিশোধ
revenge
- দাদনdādanaNoun
আগধন দিয়া কাৰ্য্য
payment of advance money
- দাদাdādāNoun
জ্যোষ্ঠ ভাই; ককাই
an elder brother
- দাদাগিৰীda.da.gi.riAbstract Noun
সকলো বিষয়ত মইমতালি দেখুৱা স্বভাৱ
highhanded nature of person
- দাদাচাহেব ফাল্কে বঁটাda.da.sa.heb phal.ke bo~.taProper Noun
ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয় ৷ ১৯৬৯ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈ আহিছে ৷ ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা জীৱনভৰ সেৱাৰ বাবে ইয়াক প্ৰদান কৰা হয় ৷
The Dadasaheb Phalke Award is an annual award given by the Indian government for lifetime contribution to Indian cinema. It was instituted in 1969 , the birth centenary year of Dadasaheb Phalke, considered the father of Indian cinema.
- দাদাবাদda.da.badAbstract Noun
পশ্চমীয়া কলাৰ এটা ধাৰা৷ অৰাজক ধাৰা৷ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক অৱক্ষয় আৰু খহনীয়াৰ পৰা ইয়াৰ জন্ম৷ কলাৰ প্ৰায়বোৰ ধাৰা, যেনে- চিত্ৰ, কবিতা, গান, নাটক সকলোতে এই ধাৰা ফুটি উঠিছিল৷ বিশং শতাব্দীৰ আৰম্ভনীত আৰম্ভ হোৱা এই ধাৰা মূলতঃ য়ুদ্ধ বিৰোধী আৰু অতি বামপন্থীয়৷
Dada or Dadaism was a form of artistic anarchy born out of disgust for the social, political and cultural values of the time. It embraced elements of art, music, poetry, theatre, dance and politics.
- দাদাৰdādāraNoun
শাও; নেওচা; গৰিহণা
a curse; a malediction
- দাদিগ্দিগাdādigdigāNoun
এবিধ গছ
a kind of plant
- দাদুৰda.durCommon Noun
প্ৰধানকৈ মাটিত বাস কৰা কিন্তু কণী পাৰিবৰ সময়ত পানীলৈ যোৱা এবিধ উভচৰ প্ৰাণী। ইহঁতৰ দেহ চুটি, পাচঠেং দুখন দুৰ্বল আৰু চুটি, আৰু গাৰ চালখন খহটা, শুকান আৰু খহুলা হয়।
Any of numerous anuran amphibians (esp. family Bufonidae) that are distinguished from the related frogs by being more terrestrial in habit though returning to water to lay their eggs, by having a build that is squatter and shorter with weaker and shorter hind limbs, and by having skin that is rough, dry, and warty rather than smooth and moist.