← ফুৰি যাওক

দাণ্ডি

dāṇḍi

অৰ্থ

1.

তুলাচনী বা পাল্লাৰ ডাঁৰ

a horizontal beam of a measuring balance

বি.

2.

দণ্ড; ডাৰ; যেনে-"কৰিলা মথনি-দাণ্ডি পৰ্ব্বত-মন্দৰ" (মা., আদিকাণ্ড)

a bar; a rod

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দাণ্ডি · অসমীয়া অভিধান