← ফুৰি যাওক

দাতব্য

dātabya

অৰ্থ

1.

দিবৰ যোগ্য

fit to be given

বিণ.

2.

মূল্য নোলোবাকৈ এনেয়ে দিয়া

charitable

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দাতব্য · অসমীয়া অভিধান