কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মন দেmon deVerb-Intran.
Pay close attention to; give heed to
- মন পা
মন বুজ্; আশয় পা
to understand one's inner feelings
- মন পোত ্
মন লগা; মনোযোগ দি
to give close attention to; to fix the mind
- মন বহ্
ভাল পা; বেয়া নলগা হ; মন বাঢ়্ কোনো বস্ত্ত এবাৰ পাই আকৌ পাবলৈ বা অধিক পাবলৈ ইচ্ছা হ
to increase a desire
- মন বান্ধVerb-Intran.
মনক সংযত কৰ্ বা মনৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰ্
to control the mind
- মন বান্ধ্
মন দমা; মনৰ লোভ বা ইচ্ছা সংযত কৰ্
to control the mind
- মন বঢ়া
মন মেল্; পাবলৈ ইচ্ছা কৰ্
to wish; to desire
- মন ভাগ্
অনুৎসাহী হ; আগ্ৰহ-হীন হ
to be disheartened; to be discouraged
- মন ভুলাmon bhu.laVerb-Trans.
কাৰোবাক কিবা কৰাবলৈ আকৰ্ষিত কৰ৷
to attract someone to do something
- মন মাৰি থাক্mon ma.ri thakVerb-Intran.
আনন্দ-উৎসাহ নাইকীয়া হ
to be cheerless or melancholic
- মন মাৰ্
বিমৰ্ষ হ; নিৰানন্দ হ; মুখ মাৰ্; মন বা পাবলৈ ইচ্ছা কৰ্
to be cheerless; to be morose ; to desire
- মন মৰাmon mo.raProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness
- মন যোগোবা
আনে ভাল পোবা; মনত পৰ্ মনলৈ আহ; স্মৰণ হ
to recollect
- মন যোগোৱাVerbal Adj.
আনে ভাল পাবলৈ কোৱা (কথা)
(something) told to please others
- মন সামৰ্
মন তাপৰ্; আকাঙ্ক্ষা এৰ্।
- মন- মৰাAdjective
বেজাৰ-মুবা; বিমৰ্ষ
cheerless; sad
- মন-খামেৰmon-kha.merProper Noun
দক্ষিণ এচিয়াৰ সৰ্ববৃহৎ ভাষা গোষ্টী|
In recent classifications, a large language family of continental Southeast Asia, also scattered throughout India, Bangladesh, and the southern border of China. The name Austroasiatic comes from the Latin words for `south` and `Asia`, hence `South Asia`. Among these languages, only Khmer, Vietnamese, and Mon have a long-established recorded history, and only Vietnamese and Khmer have official status (in Vietnam and Cambodia, respectively).
- মন-চোৰ
ভাল পোবা ভাবত আনক মুগ্ধ কৰা; মনে-জনা অন্তৰত বুজি পোবা; মনডাঠ বিণ. দৱঢ়-মনা; স্হিৰ-মনা; অধ্যবসায়ী
steady minded; resolute; courageous
- মন-পাতলAdjective
অস্হিৰ-মনা; অলপতে মনৰ গতি চঞ্চল হোবা
irresolute; fickle-minded
- মন-বলীAdjective
সাহিয়াল; উচ্চাকাঙ্ক্ষী
spirited; ambitious