← ফুৰি যাওক

মন মাৰি থাক্

mon ma.ri thak

অৰ্থ

1.

আনন্দ-উৎসাহ নাইকীয়া হ

to be cheerless or melancholic

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ