কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খামাৰkhāmāraNoun
পাম; ঘৰৰপৰা দূৰৈত খেতিৰ কাৰণে ৰখা সৰহীয়া মাটি।
- খামিkhāmiNoun
কলিজা; সাহ; বুকু
the heart; courage; mind
- খামি পুতিAdverb
নিৰ্ভয়ে আৰু টানকৈ খোপনি ধৰি বা পুতি
by sticking firmly; by holding fast
- খামি-ডাঠAdjective
বুকু-ডাঠ; পিত-ডাঙৰ; সাহিয়াল; নিৰ্ভয়
bold; courageous
- খামিডাঠkha.mi.dahProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- খামিৰাkhāmirāNoun
লালি দি কৰা ধঁপাত; মছলা দিয়া ধঁপাত।
- খামুচি ধৰ্kha.mu.si dhorVerb-Trans.
হাতেৰে কোনো বস্তু নিজৰ নিয়ন্ত্ৰণলৈ আন্।
To hold something string with one's hand.
- খামুচীয়াAdjective
খামুচি পোবা
which can be grasped in the hand
- খামুচীয়া-কঁকালkha.mu.si.ya-ko~.kalAbstract Noun
লাহী ক্ষীণ ককাল থকা৷
having a small waist.
- খামোচkhāmocaNoun
হাতৰ তলুবা আৰু আঙুলিবোৰেৰে মৰা মুঠি; মুঠি মৰা হাত
a grasp
- খামোচ মাৰি ধৰ্kha.mo`s ma.ri dhorVerb-Trans.
হাতেৰে কোনো বস্তু নিজৰ নিয়ন্ত্ৰণলৈ আন্।
To hold something string with one's hand.
- খামোচাkhāmocāNoun
কোনো ডাঙৰ বস্ত্ত দাঙিবলৈ সুচলৰ নিমিত্তে তাৰ মূৰ বা দাঁতিত লগাই দিয়া ঠেৰু বা আঙঠি
a handle, pull or lift
- খামোচা- খামোচেAdverb
মুঠিয়ে মুঠিয়ে
handful by handful; by handfuls
- খামোচ্kha.mo’sVerb-Trans.
হাতেৰে কোনো বস্তু নিজৰ নিয়ন্ত্ৰণলৈ আন্।
To hold something string with one's hand.
- খামোচ্, খামোচ মাৰ্, খামোচ মাৰি ধৰ্
হাতৰ তলুবা আৰু আঙুলিৰে মেৰাই ধৰ্; হাতৰ মুঠিৰ ভিতৰত ধৰ্
to grasp by the hand
- খাম্বাজkhāmbājaNoun
ৰাগ-বিশেষ।
- খালkhālaNoun
বহল গাঁত
a pit
- খালাচkhālācaNoun
দায় বা দণ্ডৰপৰা মুক্তি
release; acquittal
- খালাচ কৰ্kha.las korVerb-Trans.
To relieve of a burden, obligation, or restraint
- খালাচীkhālācīNoun
ৰেল-জাহাজ আদিত কাম কৰা বনুবা
a menial employed in steamers, railways, etc.