← ফুৰি যাওক

খামোচা

khāmocā

অৰ্থ

1.

কোনো ডাঙৰ বস্ত্ত দাঙিবলৈ সুচলৰ নিমিত্তে তাৰ মূৰ বা দাঁতিত লগাই দিয়া ঠেৰু বা আঙঠি

a handle, pull or lift

বি.

2.

দুটা বা বেছি বস্ত্ত একেলগে চপাই মুঠি মাৰি ৰখা কাঠ বা ধাতুৰ সঁজুলি; মুঠি

a clamp; clasp; a catch

বি.

3.

হাতৰ মুঠিত ধৰা জোখৰ বস্ত্ত; খামোচাত যিমান বস্ত্ত ধৰে সিমান পৰিমাণ

a quantity of anything which can be grasped in the hand

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ