খামোচ্, খামোচ মাৰ্, খামোচ মাৰি ধৰ্
অৰ্থ
1.
হাতৰ তলুবা আৰু আঙুলিৰে মেৰাই ধৰ্; হাতৰ মুঠিৰ ভিতৰত ধৰ্
to grasp by the hand
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ