কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এনাenāIndeclinable
বিনা; অনা-; নথকা; এনাজৰীয়ে ক্ৰি. বিণ. জৰী নোহোবাকৈ; এনাবাবে ক্ৰি. বিণ. বতাহ নোহোবাকৈ; এনামতে ক্ৰি. বিণ. এনেয়ে; এনাৰণে ক্ৰি. বিণ. যুদ্ধ নোহোবাকৈ।
absent; without
- এনাইenāiAdjective
নাইৰ সমান ওখ; নাইলৈকে তল গোবা দ
coming up to the navel; navel-deep
- এনাইঘৰীয়াenāigharīẏāNoun
আহোম ৰজাৰ দিনৰ এটা খেলৰ নাম
a class of people attached to the estate of the Āhom Rājā's grandmother
- এনাইদেউe.nai.deuCommon Noun
মাকৰ মাক
mother of one`s mother
- এনাইদেওNoun
মাক বা বাপেকৰ মাক; বুঢ়ীআই
grandmother
- এনাগ্ৰামAbstract Noun
ভাঙি নতুনকৈ জোৰা লগোৱা শব্দৰ সমস্তি
word or sentence formed by rewriting
- এনাজৰীe.na.jo.riAdverb
জৰী নোহোৱাকৈ (সাধাৰণতে মৰম-চেনেহৰ সম্বন্ধ আদি বুজাবলৈ)
without cord ( Generally used for the relation of love and affection)
- এনাভুৱাকৈe.na.bhu.wa.koiAdverb
গম নোপোৱাকৈ|
Without prior knowledge or intention.
- এনিeniAdverb
এইপোনে; এইদিশে; এইফালে
hither; on this side
- এনি বেচাণ্টeni be.santProper Noun
এগৰাকী বিদুষী মহিয়সী ইংৰাজ মহিলা৷ যিসময়ত ইংৰাজ জাতিয়ে আধুনিকতাৰ শীৰ্ষস্থানত আৰোহণ কৰিছিল, মানুহে ভাবিব পৰা সকলো সুখ স্বাচ্ছন্দ্যৰ মাজত জীৱনক পূৰ্ণমাত্ৰাত উপভোগ কৰিছিল সেই সময়ত এইগৰাকী ব্ৰিটিছ মহিলাই সুদূৰ লণ্ডনৰ পৰা আহি দক্ষিণ ভাৰতৰ এটা অভাৱগ্ৰস্ত অঞ্চলত বসবাস কৰিবলৈ লৈছিল৷ কেৱল মানৱ সেৱাকেই জীৱনৰ ব্ৰত কৰি লোৱা এই গৰাকী বিদুষী মহিলাই সমাজৰ সকলো দিশৰ পৰা অন্ধকাৰত বাস কৰা এখন নি:স্ব সমাজৰ কল্যাণৰ হকে নিজকে বিলাই দিছিল৷
A prominent British socialist, theosophist, women`s rights activist, writer and orator and supporter of Irish and Indian self-rule. (Born: 1 October 1847, Death: 20 September 1933)
- এনি-তেনিe.ni-te.niAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- এনি-মূৰীয়াeni-mūrīẏāAdjective
হেটা-মূৰীয়া; মূৰটো এফাললৈ বেঁকা বা ঢাল লোবা
having the head inclined towards one side
- এনিউৰিয়াNoun
এনিউৰিয়া
এনিউৰিয়া
- এনিমূৰীয়াe.ni.mu.ri.yaProper Adj.
এফালে বেঁকা হৈ থকা বা চেপেটা মূৰ যুক্ত৷
having an ill-shaped head slightly bent on one side.
- এনিয়নNoun
এনিয়ন
এনিয়ন
- এনুবাenubāAdjective
এনেকুবা; এই প্ৰকাৰৰ
such; like this
- এনুৰাe.nu.raProper Adj.
A group or bunch of stick or rod like objects bound together.
- এনুৱাe.nuwaProper Adj.
কোনো মানুহ, জীৱ-জন্তু অথবা আন কোনো বস্তুৰ গুণ, পৰিমাণ আদিৰ কথা উল্লেখ কৰিবলৈ ব্যৱহাৰ হয়| যেনেঃ এনেকুৱা মানুহৰ পৰা উপায় নাই|
Of the kind, character, degree, extent, etc., of that or those indicated or implied.
- এনেeneAdjective
এইৰূপে; এনেকুবা
such; like this
- এনে তেনেene, teneAdjective
এই সেই প্ৰকাৰৰ; এই ৰকমৰ; সেই ৰকমৰ
such and such