← ফুৰি যাওক

এনা

enā

অৰ্থ

1.

বিনা; অনা-; নথকা; এনাজৰীয়ে ক্ৰি. বিণ. জৰী নোহোবাকৈ; এনাবাবে ক্ৰি. বিণ. বতাহ নোহোবাকৈ; এনামতে ক্ৰি. বিণ. এনেয়ে; এনাৰণে ক্ৰি. বিণ. যুদ্ধ নোহোবাকৈ।

absent; without

অব্য.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ