এনে তেনে
ene, tene
অৰ্থ
1.
এই সেই প্ৰকাৰৰ; এই ৰকমৰ; সেই ৰকমৰ
such and such
বিণ.
2.
কিবা-কিবি (বেয়া ভাবত); যেনে -"তোমাৰ দেখোন এনে তেনে কথা শুনো।"
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ene, tene
এই সেই প্ৰকাৰৰ; এই ৰকমৰ; সেই ৰকমৰ
such and such
বিণ.
কিবা-কিবি (বেয়া ভাবত); যেনে -"তোমাৰ দেখোন এনে তেনে কথা শুনো।"
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ