কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মধ্যস্থলmo.dhyo.stholAbstract Noun
যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।
the point exactly at the middle of an object.
- মধ্যস্হmadhyashaAdjective
ভিতৰত থকা; মধ্যবৰ্ত্তী; কোনো পক্ষৰ নোহোবা
central; neutral
- মধ্যস্হতাNoun
মাজত থকা অবস্হা
the state of being in the middle
- মধ্যস্হলNoun
মাজ ঠাই
centre
- মধ্যাংশMaterial Noun
মধ্যাংশ, মজ্জা
মধ্যাংশ, মজ্জা
- মধ্যাঙ্গ-পুষ্টmadhyāṅga-puṣṭaAdjective
ডাঙৰ কঁকাল থকা
having a thick waist
- মধ্যাহ্নmadhyāhnaNoun
বেলি দুপৰীয়া; দিনৰ মাজভাগ; দুপৰ
midday; noon
- মধ্যাহ্নভোজনmo.dhya.hno.bho’.jonAbstract Noun
দুপৰীয়াৰ আহাৰ |
A meal eaten at midday
- মধ্যাহ্নিক ৰেখাmadhyāhnika, rekhāNoun
মূখৰ ওপৰৈ সুমেৰুৰপৰা কুমেৰুলৈ যোবা কাল্পনিক ৰেখা
a meridian
- মধ্যৰাত্ৰিmo.dyo.ra.triAbstract Noun
নিশাৰ মাজ ভাগ
the middle of a night
- মধ্যৱৰ্তীmo.dhyo.bor.tiAbstract Noun
কোনো ৰাজনৈতিক বা শৈক্ষিক বৰ্ষৰ সম্পূৰ্ণ হোৱাৰ মাজৰ কোনো এক সময় |
The middle of an academic term or a political term of office.An examination given at the middle of a school or college term.
- মধ্যৱৰ্ত্তীmo.dhyo.bor.tiProper Adj.
দুই পৰিমাণ বা মাত্ৰাৰ মাজত হোৱা বা অৱস্থান কৰা।
Occurring or being between two degrees, amounts, or quantities.
- মনmanaNoun
মতি; চিত্ত
mind
- মন উঠ্
আগ্ৰহযুক্ত হ; উৎসাহিত হ
to be encouraged
- মন ওফৰ্
মন পিছল্; মন বিগৰ্
to be distracted; to have the mind diverted to other directions
- মন কৰ্
ইচ্ছা কৰ্
to wish; to intend
- মন খা, মন লাগ্
পছন্দ কৰ্; পাবলৈ ইচ্ছা কৰ্; ভাল পা
to choose; to like; to desire
- মন চা
ছল কৰি অভিপ্ৰায় বুজ।
- মন দমাVerb-Intran.
মনক সংযত কৰ্ বা মনৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰ্
to control the mind
- মন দি
মনোযোগ দি; আশয় বুজিবলৈ দি; মনে ধৰে বিশ্বাস হয়; মন পতিয়া মনক বুজনি দি শান্তি পা
to have consolation