← ফুৰি যাওক

মধ্যস্থল

mo.dhyo.sthol

অৰ্থ

1.

যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।

the point exactly at the middle of an object.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মধ্যস্থল · অসমীয়া অভিধান