← ফুৰি যাওক

মধ্যৱৰ্তী

mo.dhyo.bor.ti

অৰ্থ

1.

কোনো ৰাজনৈতিক বা শৈক্ষিক বৰ্ষৰ সম্পূৰ্ণ হোৱাৰ মাজৰ কোনো এক সময় |

The middle of an academic term or a political term of office.An examination given at the middle of a school or college term.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

দুই নিৰ্দিষ্ট সময় বা ঠাইৰ মাজৰ সময় বা অৱস্থিতি ৷

Lying between two extremes in time or space or state.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ