কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেকনাphekanāNoun
গছৰ ডালৰপৰা ফেৰেঙণি মেলি ওলোবা ডাল
a forking branch of a tree
- ফেকিয়াphekiẏāIntransitive verb
নাচোঁতে কঁকালৰ তলৰ ভাগটো আগলৈ ঘনে ঘনে মাৰ্
to fling forward the waist, as in dancing
- ফেকুন্দাphekundāNoun
"ভেঁকুৰা" চোবাঁ।
- ফেকুৰ্phekurIntransitive verb
খৰকৈ চুটি উশাহ লৈ কান্দ্; উচুপি উচুপি কান্দ্
to sob
- ফেক্টৰীMaterial Noun
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
a building where sth is manufactured / built
- ফেক্সpheksMaterial Noun
চিঠি, নথি-পত্ৰ, নক্সা, ছবি আদি অবিকলভাৱে প্ৰতিলিপি কৰি এঠাইৰ পৰা আনঠাইলৈ পঠিয়াব পৰা যান্ত্ৰিক ব্যৱস্থা৷
a method or device for transmitting documents, drawings, photographs, or the like, by means of radio or telephone for exact reproduction elsewhere.
- ফেচফেচphecaphecaNoun
অসাৰ কথোপকথন
useless talk
- ফেচফেচাphes.phe.saVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- ফেচফেচীয়াAdjective
ঢিলা; কোমল
soft
- ফেচাphecāNoun
ঘূৰণীয়া আৰু পোন্দোবা চকু আৰু চেপেটা মুখেৰে এবিধ ৰাতি চৰা চৰাই; নিয়ঁতী চৰাই
the barn or common owl
- ফেচা-নকাAdjective
ফেচা চৰাইৰ নাকৰ নিচিনা চেপেটা নাক থকা
flat-nosed
- ফেচা-মুবা
ওফোন্দা-মুবা; ফেচাৰ নিচিনা পোন্দোবা মুবা; অশুবনী
ugly
- ফেচিবাদphe.si.badAbstract Noun
স্বেচ্ছাচাৰী, জাতীয় ভাৱাপন্ন সোঁপন্থী চৰকাৰ বা সামাজিক অনুষ্ঠান৷
an authoritarian and nationalistic right-wing system of government and social organization.
- ফেচিবাদীphe.si.ba.diProper Adj.
নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly.
- ফেচুphecuNoun
এবিধ কিচ্কিচ্ কৰে ক'লা দীঘল আৰু আগটো দুফাললৈ মেল খোবা নেজেৰে সৰু চৰাই; ফেচু চৰাই
a fork-tailed shrike
- ফেচু চিঁ চিঁ যাওঁতেAdverb
ফেঁহু-জালিতে; কুকুৰা ডাকতে; কাউৰীয়ে কা কৰোঁতে; ৰাতি পুবাওঁ পুবাওঁ হওঁতে
at twilight; at early dawn
- ফেচুলুকাpheculukāNoun
এবিধ ক'লা সৰু চৰাই
a kind of small bird
- ফেচেকাphecekāAdjective
পানী মাৰ যোবা কিন্ত্ত সম্পূৰ্ণৰূপে টান নোহোবা (তামোল, বোকা আদি)
soft; immature
- ফেচ্কুৰিpheckuriNoun
চুকৰপৰা ওলোবা বগা পনীয়া মলি
discharge from the eye
- ফেচ্কুৰিয়াIntransitive verb
ফেচকুৰি উলিয়া
to discharge dirt, as from the eye