ফেচফেচীয়া
অৰ্থ
1.
ঢিলা; কোমল
soft
বিণ.
2.
অমূলক; নিৰৰ্থক
unsubstantial; fruitless
বিণ.
3.
বৰকৈ ফেচফেচাই থকা বা কথা কোবা; ফেদফেদীয়া
loquacious
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ঢিলা; কোমল
soft
বিণ.
অমূলক; নিৰৰ্থক
unsubstantial; fruitless
বিণ.
বৰকৈ ফেচফেচাই থকা বা কথা কোবা; ফেদফেদীয়া
loquacious
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ