← ফুৰি যাওক

ফেচু চিঁ চিঁ যাওঁতে

অৰ্থ

1.

ফেঁহু-জালিতে; কুকুৰা ডাকতে; কাউৰীয়ে কা কৰোঁতে; ৰাতি পুবাওঁ পুবাওঁ হওঁতে

at twilight; at early dawn

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফেচু চিঁ চিঁ যাওঁতে · অসমীয়া অভিধান