কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এতিয়ালৈকেe.ti.ya.loi.keAdverb
বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় |
Used to describe a situation that has existed up to this point or up to the present time.
- এতিয়াৰে পৰা আগলৈe.ti.yare po.ra a.go.loiAdposition
বৰ্তমান মুহূৰ্ত্তৰ পৰা আৰু ভৱিষ্যতে আহিব লগা সময়ত
starting from now and at all times in the future.
- এতেকetekaAdjective; Noun
অতনা; ইমান; ইমানবোৰ
so much; so many
- এতেকতেetekateAdverb
এই কাৰণে; এই গতিকে; এই নিমিত্তে
for this reason; hence; therefore
- এতেকেetekeAdverb
এই কাৰণে; এই গতিকে; এই নিমিত্তে
for this reason; hence; therefore
- এতেখানিetekhāniNoun
ইমানবোৰ
so much; so many
- এতেবেলিetebeliVerb; Noun
ইমান বেলি; এনে বা ইমান সময়ত
up to this time; at such time
- এতোe.to`Adverb
বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় |
Used to describe a situation that has existed up to this point or up to the present time.
- এথকেন-মেথকেনethakena-methakenaNoun
(খোবাত) কৰোঁ-নকৰোঁ লগবা আচৰণ।
- এথাethāNoun
এই ঠাইত
in this place
- এথানি-এবানিethāni-ebāni
এথানী-এবানী বিণ. নিৰাশ্ৰয়
helpless
- এথানি-এষানিethāni-eṣāniAdjective
থান-থিতি নথকা; নিৰাশ্ৰয়
helpless; homeless
- এথুঁতৰিethum̐tariAdjective
থুঁতৰিলৈকে তল যোবা দ বা ওখ
chin-deep; chin-high
- এথুঁতৰীয়াethum̐tarīẏāAdjective
থুঁতৰিলৈকে তল যোবা দ বা ওখ
chin-deep; chin-high
- এথেনethenaAdverb
সাম্প্ৰতিকে; অথন
just now
- এথেন্সe.thensProper Noun
গ্ৰীচৰ ৰাজধানী৷
Capital of Greece
- এথেল-গেঁথেলethela-gem̐thelaNoun
আনক খং দেখুবাবৰ নিমিত্তে বস্ত্ত-বেহানি যেনি তিনি থেকেচি পেলোবা; ধুম্-ধুপাল্
throwing about things violently to show anger or displeasure
- এথোনethonaAdverb
ঠিক এতিয়া; সম্প্ৰতি
just now; yet
- এদঁতীয়াedam̐tīẏāAdjective
এটা দাঁত থকা বা গজা
one-toothed; having one tooth or tusk
- এদনীয়াedanīẏāAdjective
একচেটিয়া; এজনৰ বা এদলৰ অধিকাৰ থকা; আনে হাত দিব নোবৰা (বেহা-বেপাৰ আদি)
monopolized