← ফুৰি যাওক

এদঁতীয়া

edam̐tīẏā

অৰ্থ

1.

এটা দাঁত থকা বা গজা

one-toothed; having one tooth or tusk

বিণ.

2.

একাষৰীয়া; এটা দাঁতিত থকা; এফলীয়া

existing on one side; living or existing on the border

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এদঁতীয়া · অসমীয়া অভিধান