এদনীয়া
edanīẏā
অৰ্থ
1.
একচেটিয়া; এজনৰ বা এদলৰ অধিকাৰ থকা; আনে হাত দিব নোবৰা (বেহা-বেপাৰ আদি)
monopolized
বিণ.
2.
হাতত আন কাম নথকা; যেনে-"হাতত কামবোৰ শেষ কৰি তোমাৰ কাম কৰিবলৈ এদনীয়া হৈ লওঁ"
unoccupied; free from engagement
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ