কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদং-মূৰudam-mūraNoun
শুদা মূৰ; কোনো আবৰণ নথকা মূৰ
a bare head
- উদং-মূৰীয়াNoun; Adverb
উদং-মূৰে।
- উদংমূৰীয়াu.dong.mu.ri.yaProper Adj.
মূৰত কোনো আৱৰণ নথকা ।
having no covering on the head.
- উদকudakaNoun
জল; পানী
water
- উদকঘাতudakaghātaNoun
পানী বন্ধ কৰিব পৰা কাৰ্য্য; চৌষষ্টি কলাৰ এটা। 'কলা' চোবাঁ।
- উদগণি দেud.go.ni deVerb-Trans.
মানসিক শক্তি যোগা বা ভাল কৰিবলৈ বিশ্বাস বঢ়াই তোল্
Provide mental support or boost confidence to do better
- উদগতিud.go.tiAbstract Noun
কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
a process in which something passes by degrees to a different stage usually for better
- উদগনিNoun
act of encouraging; inciting
- উদগমud.gomAbstract Noun
কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
a process in which something passes by degrees to a different stage usually for better
- উদগাudagāTransitive verb
উৎসাহ দি; উচটা; প্ৰবৱত্তি দি; মন বঢ়াই দি
to incite; to encourage or urge on
- উদগীৰণud.gi.ronAbstract Noun
The act of sending or throwing out
- উদগ্ৰudo.groProper Adj.
মাত্ৰাধিক্য ভাৱে থকা বা ঘটা
existing or occurring in a high or extreme degree
- উদগ্ৰন্থAbstract Noun
কোনো কিতাপ বা প্ৰতিবেদনৰ কোনো এটা বিষয়ৰ ওপৰত লিখা অংশ
one part of a big book/report
- উদগ্ৰহণVerb-Intran.
বলেৰে সৈন্য ভৰ্তি কৰ্; বলেৰে কৰ সংগ্ৰহ কৰ্
to raise or to collect an army or tax by force.
- উদগ্ৰীৱud.gribProper Adj.
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
very interested in learning about different things
- উদঙাu.do.ngaVerb-Trans.
কোনো বস্তুৰ আৱৰণ আঁতৰাই দে৷
to make visible or apparent, to remove cover
- উদঙাই দেu.do.ngai deVerb-Trans.
কোনো বস্তুৰ আৱৰণ আঁতৰাই দে৷
to make visible or apparent, to remove cover
- উদঙীয়াu.do.ngi.yaProper Adj.
ৰখীয়া অথবা বান্ধত নথকা (গৰু, মহ আদি)।
Not controlled or held in check (as in the case of cattle).
- উদজানud.janMaterial Noun
a colorless and odorless flammable gas
- উদণ্ডudaṇḍaAdjective
শাসন নথকা
having no control; unrestrained