উদং-মূৰ
udam-mūra
অৰ্থ
1.
শুদা মূৰ; কোনো আবৰণ নথকা মূৰ
a bare head
বি.
2.
মুকলি-মূৰ; গৰাকী বা ওপৰঞ্চি নথকা অবস্হা; স্বাধীন অবস্হা
state of being free or without restraint
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ