← ফুৰি যাওক

উদকঘাত

udakaghāta

অৰ্থ

1.

পানী বন্ধ কৰিব পৰা কাৰ্য্য; চৌষষ্টি কলাৰ এটা। 'কলা' চোবাঁ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদকঘাত · অসমীয়া অভিধান