কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুলৰি
ফুল; ফুল-ধৰা (ধান)
flowering (said of paddy)
- ফুস্কাfus.kaMaterial Noun
আটা বা ময়দাৰে বনোৱা গোল আকৃতিৰ, মাজটো ফোপোলা এবিধ পাতলীয়া খাদ্য৷ ইয়াৰ ফোপোলা অংশত সিজোৱা আলুৰ সৰু চকল আৰু এবিধ টেঙা পানী সুমুৱাই দিয়া হয়৷
a small, round or oval shaped pastry of wheat flour. Made in the form of a hollow sphere and filled with pieces of boild potato and a savoury liquid. A popular street snack in India.
- ফুহুৰি-উগাৰphuhuri-ugāraNoun
অজীৰ্ণৰপৰা হোবা উগাৰ
fetid eructation due to indigestion
- ফুহুৰি-তৰঙাphuhuri-taraṅā
অমূলক ওজৰ উলিয়া
to make a false excuse
- ফুৰচৎphuracatNoun
অবকাশ; আজৰি
leisure
- ফুৰছৎphurachatNoun
অবকাশ; আজৰি
leisure
- ফুৰণphu.ronVerbal Noun
এঠাইৰ পৰা আন ঠাইলৈ যোৱা কাৰ্য্য|
A trip with visits to various places of interest for business, pleasure, or instruction
- ফুৰণিphuraṇiNoun
মূৰ ঘূৰি থকা যেন বোধ; মস্তিষ্কৰ অসুখ; মূৰ-ঘূৰণি
giddiness of the head
- ফুৰাphurāTransitive verb
আনক ভ্ৰমণ কৰা
to cause to walk
- ফুৰা হ
বাহিৰ ফুৰ্ অৰ্থাৎ শৌচ কৰ্
to void faeces
- ফুৰাফুৰিVerbal Noun
এক চমু যাত্ৰা, বিশেষকৈ আনন্দৰ বাবে লোৱা যাত্ৰা৷
a short journey, especially one taken for pleasure.
- ফুৰালুংphu.ra.lungProper Noun
আহোমসকলে পালন কৰা পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি৷
An animistic religion followed by Ahom people of Assam. Most of the Ahoms later on accepted Hiduism as their religion.
- ফুৰুলিphuruliNoun
অনেকে একেলগে মৰা চিঞৰ বা আটাহ; কিৰিলি
simulteneous yell
- ফুৰুলি মাৰ্
যেনে-"পাচেবৰ ফুকনৰ কোঁঠৰ ওচৰত তিনদিন ফুৰুলি মাৰি যাই কোঁঠত নধৰিলে" (জয়ন্তীয়া বুৰঞ্জী)।
- ফুৰুহাphuruhāNoun
এবিধ তৱণ
a kind of plant
- ফুৰুৎকৰেAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ফুৰ্phur
গাৰ সাবধান লৈ ফুৰ্; বিপদৰপৰা ৰক্ষা পাবলৈ সাবধানে চল্
to remain vigilant
- ফুৰ্ফুৰ কৰেphurphura, kareAdverb
মৱদুৰূপে (বতাহ বা ঘ্ৰাণ অহা)
with pleasing mildness
- ফুৱাphu.waVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফূলজাৰি
এজোপা গছৰ নিচিনা হৈ ওপৰলৈ জলি উঠা এবিধ খাৰৰ বাজি
a kind of firework resembling a tree