ফুৰুহা
phuruhā
অৰ্থ
1.
এবিধ তৱণ
a kind of plant
বি.
2.
কোমোৰা আদি ফলৰ গাত থকা বগা মিহি নোম
white fur on the surface of a fruit like pumpkin
বি.
3.
অলঙ্কাৰ আদি ওলমাবলৈ তাৰ গাত লগাই দিয়া সৰু আঙঠি
a loop or ring fixed on ornament, etc., for suspending the same
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ