← ফুৰি যাওক

ফুৰা

phurā

অৰ্থ

1.

আনক ভ্ৰমণ কৰা

to cause to walk

সক. ধা.

2.

ঘূৰা

to cause to turn

সক. ধা.

3.

বাহিৰ ফুৰি অহা অৰ্থাৎ শৌচ কৰি অহা; অশুচি

ceremonially unclean

বিণ.

4.

চোৰাংচোবা; যেনে-"ৰাঘবে বোলন্ত ফুৰা ঘৰাঘৰি যাহা। নগৰত পশি ভালমন্দ কথা চাহা" (হৰিবৰ বিপ্ৰ, লব-কুশৰ যুদ্ধ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফুৰা · অসমীয়া অভিধান