কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুলনAbstract Noun
ফুলা বা প্ৰস্ফুটিত হোৱাৰ অৱস্থা
the state of flowering
- ফুলনি
অধিক ফুল থকা ঠাই; ফুলৰ বাৰী
a flower garden
- ফুলনিবাৰীphu.lo.ni.ba.riMaterial Noun
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display
- ফুলন্তphu.lon.toVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- ফুলফুলীয়াphul.phu.liyaProper Adj.
বেছিকৈ পকি ৰস ওলাবলগীয়া বা ওলোৱা ৷
More or deeply ripened.
- ফুলবতীAdjective
ফুল মেলা; যি ফুল ধৰে; যেনে-"নেখাঁতী কন্যা, নুফুলতী শাক"
flowering; bearing flower
- ফুলবাৰীphul.ba.riMaterial Noun
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display
- ফুলমতীphul.mo.tiProper Noun
আহোম স্বৰ্গদেউ শিৱসিংহৰ অন্যতম প্ৰধান ভাৰ্য্যা৷ সাধাৰণ ঘৰৰ ফুলমতি পাচলৈ গৈ ৰাণী ফুলেশ্বৰী হৈছিল৷
Queen of King Shivasingha of Ahom kingdom.
- ফুলমালাphul.ma.laMaterial Noun
ফুল, মণি আদি সুতাৰে গাঠি তৈয়াৰ কৰা ডিঙিত পিন্ধা অলংকাৰ বিশেষ৷
a string of beads or flowers designed to be worn
- ফুলস্কেপphulaskepaNoun
সাধাৰণতে লিখিবলৈ ব্যবহাৰ কৰা এক বিশেষ আকাৰৰ কাগজ
foolscap
- ফুলাphulāTransitive verb
প্ৰস্ফুটিত কৰ্; ফুল্ ধৰা
to cause to flower
- ফুলামphulāma
ফুল থকা; ফুল-বছা; ফুলৰ আকৱতিৰে শোভিত (কাপোৰ)
adorned with figures of flowers
- ফুলাম-গামোচাphu.lam-ga.mo`.saMaterial Noun
A gamosa (the traditional Assamese towel) with lots of detailed handiworks.
- ফুলি উঠাphu.li u.thaProper Adj.
চাল অথবা পৃষ্ঠভূমিৰ ভিতৰত বৃদ্ধি হোৱা চাপৰ বাবে বাহিৰলৈ সম্প্ৰসাৰণ হৈ টেমুনাৰ আকৃতি লোৱা ।
To grow larger; to dilate or extend the exterior surface or dimensions, by matter added within, or by expansion of the inclosed substance.
- ফুলিহাphulihāNoun
কাপোৰ বওঁতে সূতাৰ মাজে মাজে দিয়া সৰু ছিৰী
small flat strips of bamboo used in a loom
- ফুলেশ্বৰীphu.le.swo.riProper Noun
আহোম স্বৰ্গদেউ শিৱসিংহৰ অন্যতম প্ৰধান ভাৰ্য্যা৷ সাধাৰণ ঘৰৰ ফুলমতি পাচলৈ গৈ ৰাণী ফুলেশ্বৰী হৈছিল৷
Queen of King Shivasingha of Ahom kingdom.
- ফুলেশ্বৰী কুঁৱৰীphu.le.swo.ri ku~.wo.riProper Noun
আহোম স্বৰ্গদেউ শিৱসিংহৰ অন্যতম প্ৰধান ভাৰ্য্যা৷ সাধাৰণ ঘৰৰ ফুলমতি পাচলৈ গৈ ৰাণী ফুলেশ্বৰী হৈছিল৷
Queen of King Shivasingha of Ahom kingdom.
- ফুল্তা
বৰশীৰ পুঙা
the float used in a fishing-line
- ফুল্লphul.loVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- ফুলৰ চাকিphu.lor sa.kiMaterial Noun
বহুত ফুল একেলগ কৰি আকৰ্ষণীয়কৈ বন্ধা থোপা ৷
a bunch of flower arrange in an attractive way so that it can be carried in a ceremony or presented as a gift .