← ফুৰি যাওক

ফুলা

phulā

অৰ্থ

1.

প্ৰস্ফুটিত কৰ্; ফুল্ ধৰা

to cause to flower

সক. ধা.

2.

ওফন্দা; উখহা

to cause to swell or expand

সক. ধা.

3.

পকি ফাটি ওলোবা কপাহৰ ফুটা; জোলা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফুলা · অসমীয়া অভিধান