কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্দ্ৰালোকson.dra.lo`kAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰাৱলীson.dra.wo.liAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰিকCommon Noun
লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি |
One whose business is to cut hair and to shave or trim beards.
- চন্দ্ৰিকাcandrikāNoun
চন্দ্ৰ বা জোনৰ পোহৰ; জোনাক
moon- light
- চন্দ্ৰিমাson.dri.maMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- চন্দ্ৰিলson.drilProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- চন্দ্ৰোদয়son.dro’.doyAbstract Noun
পূব দিগন্ত দিশৰ পৰা চন্দ্ৰ ওলোৱা মুহূৰ্ত ৷
The event or time of the appearance of the moon above the eastern horizon.
- চন্দ্ৰোপলcandropalaNoun
চন্দ্ৰকান্ত।
- চন্দ্ৰৰশ্মিson.dro.ros.miAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰৰেণুson.dro.re.nuCommon Noun
কুম্ভিলক বৃত্তি অৱলম্বন কৰা লোক।
somebody who plagiarizes.
- চন্দৰীcandarīNoun
ৰঙা চন্দনৰ নিচিনা টিক্ টিক্ কৰে ৰঙা; যেনে -"কপিলী ৰাঙ্গলী বগী চন্দৰী কাজলী" (বিৰাট-পৰ্ব্ব)।
- চপক্ চপক্ শব্দ কৰ্so.pok so.pok xob.do korVerb-Intran.
পানী, বোকা আদিত কিবা ছিটিকিওৱা বা শোহাৰ নিচিনা শব্দ কৰ
to make a wet sucking or splashing sound (on water, mud etc)
- চপকৰেcapakareAdverb
শীঘ্ৰে; বেগাই; যেনে-"অতি আড়ম্বৰে চলে চপকৰে চতুৰঙ্গ দলে সাজি" (ৰুক্মিণী-হৰণ)
quickly
- চপচপীয়াsop.so.pi.yaProper Adj.
কোনো বস্তুৰে সম্পূৰ্ণকৈ ভৰি থকা
occupied completely with something
- চপনীয়াcapanīẏāNoun
কোনো তিৰোতাক ভাৰ্য্যা-স্বৰূপে লৈ সেই তিৰোতাৰ ঘৰতে বাস কৰা মানুহ; লোকৰ ঘৰত পেট পুহি থকা মানুহ
a man living at the house of his wife; a domesticated son-in-law; a man who lives at the house of another as a dependant
- চপনীয়া জোঁৱাইso.po.ni.ya jo`~.waiCommon Noun
বিয়াৰ পাছত কণ্যাৰ গৃহত বাস কৰা লোক
a man living in the family into which he marries
- চপলcapalaAdjective
চঞ্চল; অস্হিৰ; তৰল; গহীন নোহোবা
unsteady
- চপলতাso.po.lo.taAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- চপলাcapalāNoun
বিজুলী
lightning
- চপাcapāTransitive verb
গোট খুবা; একেলগ কৰ্; একেঠাই কৰ্
to gather; to collect together