← ফুৰি যাওক

চপনীয়া জোঁৱাই

so.po.ni.ya jo`~.wai

অৰ্থ

1.

বিয়াৰ পাছত কণ্যাৰ গৃহত বাস কৰা লোক

a man living in the family into which he marries

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চপনীয়া জোঁৱাই · অসমীয়া অভিধান